আৰক্ষী বিষয়াক ধমক বিহপুৰীয়াৰ বিজেপি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ

SHARE
আৰক্ষী বিষয়াক ধমক বিহপুৰীয়াৰ বিজেপি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ। মাধৱদেৱ কলাক্ষেত্ৰ ক্ষতিসাধন কৰা দুই যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰাক লৈ ক্ষুন্ন বিধায়ক জন। নাৰায়ণপুৰ আৰক্ষী থানাৰ OC ক ফোন কৰি "পুলিচগিৰি নেদেখুৱাব" বুলি ভাবুকি বিজেপি বিধায়কৰ। Time8 ৰ আগত মুখ খুলিলে আৰক্ষী বিষয়া পুষ্প কমল বৰাই। Time8 EXCLUSIVE

SHARE