জলপাইগুৰিত এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। কেনেকৈ সংঘটিত হ'ল এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনা?

SHARE
জলপাইগুৰিত এক ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হ'ল গুৱহাটী অভিমুখী বিকানেৰ এক্সপ্ৰেছ। বৰ্তমানলৈকে ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হল অৰ্দ্ধ শতাধিক লোক। ৰে'লখনত আছিল বিহুৰ বাবে অসমলৈ অহা বহু যাত্ৰী। অব্যাহত আছে উদ্ধাৰ অভিযান।

SHARE